Bitupan Axom
19/12/2025
জীৱন।জীৱন।জীৱন জীৱন মানে কি?জীয়াই থাকিবৰ বাবে জীৱন নে জীৱন জীয়াই থাকিবৰ বাবে?জীৱন মানেই সমস্যা নে সমস্যাৰ সমাধানৰ বাবে জীৱন?জীৱন যুঁজিবৰ বাবে নে যুঁজিবৰ বাবে জীৱন?জীৱন মানেই যেন এক অবুজ সাঁথৰ!
05/07/2025
আপোনাৰ মবাইল ফোনটো বজাৰ বা জনসমাগম হোৱা ঠাইত সাৱধানে ৰাখিব।বিশেষত আগ জেপত ভূলটো নাৰাখিব।সাংঘাতিক চোৰ।চিলাই ঠাপ মাৰি লৈ যায়।আপোনাক কি কৰি দিব গমকে নাপাব।পিছত আৰক্ষীক গোচৰ দিও লাভ নহব আৰু যিমান লক থাকিলেও লাভ নাই।আমি ভূক্তভোগী ।
সাৱধান ।বিভিন্ন ধৰণৰ ঠগবাজী আছে।লোণ দিয়া,টাৱাৰ কম্পেনী,বেংকৰ এটিম নতুন কৰা আদি প্ৰলোভন দি মবাইলৰ দ্বাৰা ঠগি টকা সৰকাই নিব।
Click here to claim your Sponsored Listing.
Category
Website
Address
Gaurisagar
Sibsagar
785664