AxomLogic
অসমৰ সকলো সৰু-বৰ ব্যৱসায়ৰ বাবে আমি অতি সহজতে এপ্প্ (App) আৰু ৱেবছাইট (Website) বনাই দিওঁ।
" আমাৰ লক্ষ্য— আপোনাৰ উন্নতি।"
We make all kinds of apps/webapps & websites easily for Assam's businesses at low cost.
In today's digital world, having a strong online presence isn't just an option—it's a necessity.
At AxomLogic, we specialize in building the tools you need to grow.
We don't just write code; we build solutions. From high-speed Web Applications to sleek Mobile Apps and secure E-commerce Stores, we handle the tech so you can focus on your business.
💡 Got an idea? Let's bring it to life.
👉 Drop a message to discuss your project!
অসমৰ সৰু-বৰ সকলো ব্যৱসায়িক ডিজিটেল পৃথিৱীখনৰ লগত চিনাকি কৰি দিয়াৰ এক সৰু প্ৰয়াস— AxomLogic.
বহুতো থলুৱা ব্যৱসায়ীয়ে ভাবে যে নিজৰ এপ্প (App) বা ৱেবছাইট বনোৱাটো বহুত খৰচৰ কাম। কিন্তু আমি সেই ধাৰণাটো সলাব বিচাৰোঁ। অতি কম খৰচত আৰু সহজকৈ আমি আপোনাৰ ব্যৱসায়ৰ বাবে এপ্প আৰু ৱেবছাইট সাজু কৰি দিম।
আপোনাৰ সপোনক দিঠক কৰিবলৈ আমি সাজু।
Click here to claim your Sponsored Listing.
Category
Website
Address
Sivasagar
Sibsagar