Stand- Up Comedian Ritu Priyam

Stand- Up Comedian Ritu Priyam

Share

Photos from Stand- Up Comedian Ritu Priyam's post 21/04/2026

তুমি নদী,
মই শিল...
তোমাৰ বুকুৰ প্ৰেমৰ নৈত
মই বাৰে বাৰে ডুবি মৰমৰ ঢৌ তুলিম।
তুমি কি কৰিবা কোৱা?
আৰু কিমান বাৰ মোক তোমাৰ প্ৰেমত
পাগল কৰিবা কোৱা?

08/04/2026

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত বিবেক ভোট দিয়ক।
এজন সাধাৰণ ভোটাৰৰ অনুৰোধ


Highlight

BAPUKONOR BILOI ll EPISODE 01 ll WEB SERIES ll MONI BOU ll DD CINE PRODUCTION 28/01/2025

https://youtu.be/Gv3s3vcvfzM?si=ssPzVIofPIcDX6T8

বহু অপেক্ষাৰ অন্তত আজি মুক্তি পালে আমাৰ হেঁপাহৰ web series *বাপুকণৰ বিলৈ* ৰ প্ৰথম খণ্ডৰ। সকলোৱে চাব আৰু গঠনমূলক সমালোচনাৰে কৃতাৰ্থ কৰিব।

*বাপুকণৰ বিলৈ*
Episode :: 01
Link :: https://youtu.be/Gv3s3vcvfzM?si=ssPzVIofPIcDX6T8

(লোভেই যদি পাপ, পাপেই বা কি?)

BAPUKONOR BILOI ll EPISODE 01 ll WEB SERIES ll MONI BOU ll DD CINE PRODUCTION DD Cine Production's Presenting Official Assamese Web series of Bapukonor Biloi 2025Casting: Amitabh Rajkhuwa, Papori Bora, Ankita Riya Kashyap, Dipak Das, M...

Want your public figure to be the top-listed Public Figure in Sibsagar?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Sibsagar