Study point

Study point

Share

17/07/2020

নমস্কাৰ,
যোৱা ১৬/০৩/২০২০ তাৰিখ ৰ পৰা আজিলৈ প্ৰায় চাৰি মাহ বিদ্যালয় সমূহ বন্ধ হৈ আছে আৰু হয়টো দুমাহ এনেদৰে পাৰ হব। Corona মহামাৰীৰ বাবে ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষা লাভত যি অসুবিধাৰ সৃষ্টি হল তাক অনলাইন class ৰ জৰিয়তে পৰিপূৰ্ণ কৰা সম্ভৱ নহয়। সেয়েহে ছাত্ৰ ছাত্ৰী সকল উপকৃত হব পৰাকৈ, সকলো চৰকাৰী নীতি মানি আমি STUDY POINT টিউচন চেণ্টাৰৰ উদ্যোগত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে গণিত, বিজ্ঞান আৰু ইংৰাজী,সমাজ বিজ্ঞান, অসমীয়া, সংস্কৃত বিষয়ৰ নিৰবিচ্ছিন্ন ভাবে class ৰ ব্যৱস্থা কৰিম। BPL কাৰ্ড থকা ছাত্ৰ ছাত্ৰী ক সম্পূৰ্ণ বিনামূলী়য়াকৈ পাঠদান কৰা হব।
স্থান: ৰঙিয়া দীপ্তি নগৰ
যোগাযোগ: ৭০০২৪৩৪৪২৮

Want your school to be the top-listed School/college in Rangia?
Click here to claim your Sponsored Listing.

Category

Website

Address


NH 31
Rangia