Ripunjay Pathak

Ripunjay Pathak

Share

16/05/2026

ভুল কৰাৰ পিচত অনুশোচনা কৰি লাভ নাই পেৰা জি..... ইমান মিছা মাতিলে ভগৱানেও মাফ নকৰে

16/05/2026

এই কেইজনক বিচাৰি আছোঁ... কত লুকাল বিচাৰি পোৱা নাই. ফেচবুক ৰ পৰা লুকাই আছে চাগে.... পাৰিলে মোক জনাব .... কাৰণ ছাৰ্ফ axel ৰে অলপ ধুব লাগিব...... লেতেৰা হৈ গৈছে আজি কিছুদিন ধৰি

16/05/2026

কেজৰিৱালেও এনেকৈ বহুত দাঙৰ দাঙৰ কৈ কৈছিল ।
মমতাইও এনেকৈ দাঙৰ দাঙৰ মিটিং ত কৈছিল ।
লালুৱেও এনেকৈ চিঞৰি চিঞৰি কৈছিল ।
মোলায়েম সিঙেও এনেকৈ বুকু দাথি কৈছিল ।
বিজেপিক সমাপ্ত কৰিবলৈ অহা প্ৰতিটো দগাবাজ ফাল্টু দল আজি সমাপ্ত হৈ গল.... আজি দেশত পৰিচয় শূণ্য বুলি দেশে জানে......!!!!

তুমি ৰাজনীতিলৈ অহা কিমানতা দিন হৈছে..!!!! কেইদিন বাপুৰাম...? দুদিনমান ৰখা.... জিৰো হৈ আছা.... আজি কৈ থলোঁ... ৰাইজে মনত ৰাখি থব....

বছৰৰ শ্ৰেষ্ঠ হাঁহি উঠা কথা বুলি মই কৈ ৰাখিলোঁ আজিয়েই.....😂

তোমাৰ অভিনয় বুলি নাভাবিবা ৰাজনীতিৰ পথাৰ খন...

06/05/2026

পংকজ, ৰূপা আৰু পলাক্ষী... কত পলালে ও... চাবলৈ মন গৈছে...!!আৰু এজনি অৰ্চনা..

Want your organization to be the top-listed Government Service in Rangia?
Click here to claim your Sponsored Listing.

Telephone

Address


Rangia