ABVP Bajali Dist.
21/09/2025
অসমবাসীৰ হিয়াৰ আমঠু *হাৰ্টথ্ৰব জুবিন গাৰ্গ* ৰ বিদেহী আত্মা আৰু অসমবাসীক শিৱাংগী ভট্টাচাৰ্য নামৰ এজনী ছোৱালীয়ে ছʼচিয়েল মিডিয়াত এক ভিডিঅ'যোগে অপমান কৰাৰ লগতে এক বিৰূপ মন্তব্য আগবঢ়ায়। এই কাৰ্যত ক্ষুব্ধ হৈ *অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বজালী জিলা* ৰ তৰফৰ পৰা পাঠশালা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে ছোৱালী জনীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাওঁ ।
05/09/2025
*“শিক্ষাগুৰু সকলে কেৱল পঢ়াই নহয়, জীৱনৰ পথ দেখুৱাই”*✨
আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষ্যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভট্টদেৱ বিশ্ববিদ্যালয় শাখাৰ ফালৰ পৰা আমাৰ বিশ্ববিদ্যালয়ৰ আটাইকেইটা বিভাগৰ সন্মানীয় শিক্ষাগুৰু সকলক আজিৰ এই পবিত্ৰ দিনটোত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 💐
Click here to claim your Sponsored Listing.
Category
Contact the organization
Website
Address
Pathsala
781325