EVolution7
উপভোগ কৰক পূজা কলিতাৰ কণ্ঠত "অহাৰ দৰেই উভতি আঁতৰি গ'লা"
অহাৰ দৰেই উভতি আঁতৰি গ'লা
কণ্ঠশিল্পী : মন্দিৰা শৰ্মা লাহিড়ী
কথা: সূৰ্য কুমাৰ ৰাজা
সুৰ: চৈয়দ চাদুল্লা
"সংগীত সন্ধিয়া" হৈছে Team EVolution7 ৰ সংগীতৰ এক প্ৰকল্প |
25/01/2022
প্ৰিয়ংকা ডেকাৰ কণ্ঠত "স্মৃতি মধুৰ" আশাকৰো সকলোৱে ভাল পাব ।
Presenting EVolution7's first original song By Priyanka Deka
Hirok Jyoti Barman
Himangshu Diku
SwapNil Saikia
Abhisek Narayan Sharma
Ramjyoti Krishnacharan
Sanjib Kalita
Sanjib Kalita
Deep Jyoti
Smriti Madhur | Priyanka Deka Presenting Evolution7's first original song " Smriti Madhur" by Priyanka Deka.Sound Credits Lyrics : Priyanka Deka, Chandan NathComposition & Music : Hirok J...
01/09/2021
আমাৰ সন্মানীয় বিচাৰক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত হোৱা "সুৰৰ কানন ২০২১" ৰ বিজয়ী প্ৰতিযোগী সকলৰ নাম ঘোষণা কৰিবলৈ ওলাইছো । এইখিনিতে তিনিওগৰাকী বিজয়ীক শুভেচ্ছা জনোৱাৰ উপৰিও আমি আমাৰ প্ৰতিগৰাকী অংশগ্ৰহনকাৰীৰ অনুপ্ৰাণতাক শলাগিছো । আশা কৰিছো সকলোৰে সাংগীতিক যাত্ৰা সুগম হওঁক নিৰন্তৰ সাধনাৰ জৰিয়তে আগুৱাই যোৱাৰ লগতে অসমৰ সংগীত জগতলৈ অৱদান আগবঢ়াওক । শেষত আমাৰ অনুষ্ঠানৰ সকলো শুভাকাংক্ষীলৈ আমাৰ ফালৰ পৰা মৰম যাঁছিলো , অনাগত দিনতো আপোনালোকৰ সহযোগিতা আৰু দিহা-পৰামৰ্শই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিব । …............
" সুৰৰ কানন ২০২১" ৰ বিজয়ী প্ৰতিযোগীসকল ........
প্ৰথম স্থান : নৱৰঞ্জন হালৈ
দ্বিতীয় স্থান : প্ৰিয়াঞ্চী বৰ্মন
তৃতীয় স্থান : ত্ৰিঅক্ষা এচ. চৌধাৰী
ধন্যবাদেৰে
Team EVolution7
26/08/2021
'সুৰৰ কানন ২০২১'ৰ বিশেষ প্ৰতিযোগীৰ গীতসমূহ চাবলৈ তলত দিয়া আমাৰ চেনেলৰ লিংকত ক্লিক কৰক👇
https://youtube.com/c/EVolution7
এই প্ৰতিযোগীসকলৰ মাজৰ পৰাই বাচনি কৰা হ'ব 'সুৰৰ কানন ২০২১'ৰ চূড়ান্ত প্ৰতিযোগী অৰ্থাৎ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান দখলকাৰীসকলক ।
EVolution7 - YouTube Share your videos with friends, family, and the world
Click here to claim your Sponsored Listing.
Category
Contact the establishment
Address
Nalbari
781369