Nalbari Netralaya
15/08/2025
আজি ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে আমি "নলবাৰী নেত্ৰালয়ত অতি উলাহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰো।নলবাৰী নেত্ৰালয়ত আমাৰ শ্ৰদ্ধাৰ সন্মানীয় ড° দিনমণি ভাগৱতী দেৱে জাতীয় পতকা উত্তোলন কৰি ৭৯ বছৰৰ স্বাধীনতাৰ অভিজ্ঞতা ব্যাক্ত কৰি অনুস্থানটিসাফল্যমণ্ডিত কৰে।
01/01/2025
“ নৱবৰ্ষ মানেই নতুন আশা,
এক নতুনৰ আৰম্ভনি।
ন সময়ে পোহৰাই তোলক
সম্ভাৱনাৰ সকলো দুৱাৰ।”
আজি ইংৰাজী নৱবৰ্ষৰ প্ৰাগ মূহুৰ্তত অইন বেলিৰ দৰে এই বেলিও আমাৰ নেত্ৰালয়লৈ অহা প্ৰতি গৰাকী অতিথিকে এপাহ সতেজ ফুলেৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
Want your business to be the top-listed Beauty Salon in Nalbari?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Nalbari