Spectrum News

Spectrum News

Share

03/10/2023

ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়ৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা হ'ব লাগে। বেঙ্গলী আৰু মুছলমান উভয় সম্প্ৰদায় ৰাজনৈতিক ষড়যন্ত্রৰ বলি হৈ বছৰ বছৰ ধৰি নিষ্পেষিত আৰু অৱহেলিত হৈ আছে, গতিকে নগাওঁ ত এইবাৰ আমি detention camp, D-Voter, উচ্ছেদ, অৰ্থ সামাজিক উন্নয়ন আদিৰ কাৰণে এজন বলিষ্ঠ নেতা, বাঙালী মুচলমান সংখ্যাগৰিষ্ঠ থকা নগাওঁ লোকসভা সমষ্টিৰ পৰা এজন মিয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে । এয়া অমৰ অধিকাৰ, আজি বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বঙালী মানুহ খিনিক ভোট বেংক হিচাপে ব্যবহাৰ কৰি ৰাজনৈতীক ব্যৱসায় কৰা অন্যায়েই নহয় এইয়া চুড়ান্ত অমানৱীয়। আজি বাঙালী মানুহ খিনিক ৰাজনৈতীক ভাৱে অন্যায় কৰাৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধত বৌদ্ধিক মহল আগুৱাই যাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে

সংখ্যালঘু ঐক্যমঞ্চ নগাঁও
সভাপতি অধিবক্তা হুমায়ুনৰ কবিৰ।

Want your business to be the top-listed Media Company in Nagaon?
Click here to claim your Sponsored Listing.

Telephone

Address


Nagaon
782002

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 9am - 5pm