Report24 Axom

Report24 Axom

Share

➡️ সত্যৰ সন্ধানত, আপোনাৰ সৈতে-Report24 অসম
🫵 আমাৰ লক্ষ্য: সত্য সংবাদ, আপডেট নিউজ আৰু জনতাৰ মতামত আগবঢ়োৱা l

📞 যোগাযোগ কৰক:
📱 WhatsApp:9678995770
✉️ [email protected]
Facebook,Instagram,YouTube:@Report24 Axom

31/05/2026

বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ পিছতে জুৰীয়াত দুজনী মহিলাক গ্ৰেপ্তাৰ কৰি গোৱালপাৰা ডিটেনশন কেম্পলৈ প্ৰেৰণ।

31/05/2026

মৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী জাকিৰ হুছেইনৰ মৃত্যু*

31/05/2026

*ধিঙত একচন মোড'ত ধিং পৌৰসভা, এফালৰ পৰা ভাঙিছে অবৈধ দোকান পোহাৰ ।*

30/05/2026

লাহৰীঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা

30/05/2026

চকুৰ সন্মুখতে নিয়মৰ ধূলিস্যাৎ! নগাঁৱৰ চলচলীৰ HP পেট্ৰ’ল পাম্পত মুকলিকৈ ড্ৰামে ড্ৰামে বিক্ৰী হৈছে পেট্ৰ’ল!

30/05/2026

জুৰীয়া বজাৰত চাঞ্চল্যকৰ চুৰিকাণ্ড: টিনপাত খুলি দোকানত সোমাল চোৰৰ দল

30/05/2026

লিডুত বাঘৰ সন্ত্ৰাসত আতংকিত স্থানীয় ৰাইজ..

30/05/2026

মৰিগাওঁ ডায়েটত সংবাদমেল ।

Photos from Report24 Axom's post 29/05/2026

সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফা (স্বাধীন)ৰ প্ৰতি আজিও একাংশ যুৱক আপ্লুত হৈ পৰিছে। যিটো সময়ত আলফা (স্বাধীন)ৰ ভেটি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰাৰ বাতৰি বিভিন্ন মহলত চৰ্চাৰ বিষয় হৈ পৰিছে, ঠিক তেনে সময়তে আলফা (স্বাধীন) ত যোগদানৰ বাবে নিজকে সাজু কৰা দেখা গৈছে একাংশ যুৱকক।

27/05/2026

এইবাৰ মূখ্যমন্ত্ৰীৰ আহ্বান প্ৰতি সঁহাৰি জনায় লাহৰীঘাটত অধিকাংশ লোকেই গৰু কোৰবানীৰ পৰিবৰ্তে কোৰবানী কৰিব ছাগলী ম'হ।

Want your business to be the top-listed Media Company in Morigaon?
Click here to claim your Sponsored Listing.

Website

Address


Morigaon
782105