NAtions STation
Unheard stories of people + hard works to get a platform=reach the masses and Excel√√•
21/04/2021
চাহ (ইংৰাজী: Tea) হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্তিবিশেষৰ সোৱাদ অনুসৰি ইয়াৰ লগত আন সামগ্ৰী, যেনে: চেনি, গাখীৰ আদিও সংযোগ কৰা হয়।পানীৰ পিছতে চাহ হৈছে বিশ্বৰ আটাইটকৈ বেছি সেৱন কৰা পানীয়। অসম চাহৰ কাৰণে বিখ্যাত। এই চাহৰ যোগেদি অসম ভাৰতৰ ভিতৰত এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে। অসমৰ এই চাহ বিদেশলৈ ৰপ্তানি হয় আৰু তাৰ দ্বাৰা ভাৰতে বৈদেশিক মুদ্ৰা অৰ্জন কৰে। অসমৰ অৰ্থনৈতিক বিকাশৰ দিশলৈ চাহে যথেষ্ট অৱদান আগবঢ়াইছে। বৃটিছসকল অসমলৈ অহাৰ পাছত কসমত চাহ গছৰ খেতি আৰম্ভ হয়। এই ক্ষেত্ৰত বৃটিছে বিশেষ উদ্যোগ হাতত লয় যদিও অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱান বৰ ভাণ্ডাৰ বৰুৱাৰ অৱদান উল্লেখযোগ্য। মণিৰাম দেৱানৰ তত্ত্বাৱধানতবৃটিছ সকলে অসমত চাহ শিল্পৰ ভেটি নিৰ্মাণ কৰে। …...
অসমৰ চাহশিল্প চাহ (ইংৰাজী: Tea) হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্.....
20/04/2021
https://axomthepeerlessland.wordpress.com/2021/04/20/%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a7%b0-%e0%a6%9c%e0%a6%be%e0%a6%a4%e0%a7%80%e0%a6%af%e0%a6%bc-%e0%a6%b8%e0%a6%82%e0%a6%97%e0%a7%80%e0%a6%a4/
Hope you had a great day! So another blog is up! 🌼 Thank you.
20/04/2021
https://axomthepeerlessland.wordpress.com/2021/04/20/%e0%a6%b8%e0%a6%be%e0%a6%a7%e0%a7%81-%e0%a6%b6%e0%a7%81%e0%a6%a8%e0%a6%be%e0%a7%b0-%e0%a6%86%e0%a6%a8%e0%a6%a8%e0%a7%8d%e0%a6%a6/
New post is Up! Hope you will like and relate to it. Happy Reading📖🌼thank you.
13/04/2021
https://axomthepeerlessland.wordpress.com/2021/04/13/%e0%a6%b8%e0%a7%87%e0%a6%89%e0%a6%9c%e0%a7%80%e0%a7%9f%e0%a6%be-%e0%a6%9a%e0%a6%b9%e0%a7%b0/
New post is up! Do read and share me your feedbacks✅ happy reading:)
29/03/2021
I hope you had a great holi celebration🎊🎉so the new post is up! Do read and I will appreciate your feedback. Thank you and wish you all a very Happy holi once again
https://axomthepeerlessland.wordpress.com/2021/03/29/%e0%a6%85%e0%a7%b0%e0%a6%a3%e0%a7%8d%e0%a6%af-%e0%a6%ae%e0%a6%be%e0%a6%a8%e0%a7%b1-%e0%a6%af%e0%a6%be%e0%a6%a6%e0%a7%b1-%e0%a6%aa%e0%a6%be%e0%a7%9f%e0%a7%87%e0%a6%82/
Do like and share. 🌼🌺
12/03/2021
প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰা আহোম সকলৰ এক বৰ্ণিল ইতিহাস আছে। যদিও তেওঁলোক আদিতে ব্ৰহ্মদেশৰ অন্তৰ্গত ইৰাৱতী উপত্যকাৰ শ্যান প্ৰদেশৰ পৰা অসমলৈ আহিছিল।আহোম সকল অসমৰ ৰাজবংশী টাই জাতীয় মানুহ। তেওঁলোক ফুৰালং বা মহাবিষ্ণু পূজক বৈষ্ণৱধৰ্মী আৰু ইন্দ্ৰবংশীয় লোক, সেই বাবেই তেওঁলোকৰ ৰজাক স্বৰ্গদেউ বোলা হয়। ঈশ্বৰক তেওঁলোকে জ্যোতিম্ময় পূৰ্ণব্ৰহ্ম বুলি মানিছিল। আহোম সকলে অসমত বসবাস কৰি অসমৰ সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, পাৰিবাৰিক সকলো দিশত এক সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাই চিৰ যুগমীয়া হৈ ৰ'ল।আহোম সকলৰ ভাষা আৰু সাহিত্য চহকী আছিল। দেওধাই মহন, বাইলুং এই তিনি খেলৰ মানুহে আহোম ভাষাত লিখা পঢ়াৰ চৰ্চ্চা কৰিছিল। বুৰঞ্জী লিখাত আহোম সকল বৰ পৈণত আৰু পৃথিৱীৰ ভিতৰত অগ্ৰগণ্য জাতি আছিল { 'বুৰঞ্জী ' শব্দৰ অৰ্থ হ'ল (বু- নজনা ; ৰণ- জনোৱা ; জী- ভঁৰাল) নজনা কথা জনোৱাৰ ভঁৰাল }। আহোম ৰজাসকলৰ নাম আৰু বিষয়া সকলৰ নামৰ আগত "...
https://axomthepeerlessland.wordpress.com/2021/03/12/%e0%a6%86%e0%a6%b9%e0%a7%8b%e0%a6%ae-%e0%a6%b8%e0%a6%95%e0%a6%b2%e0%a7%b0-%e0%a6%95%e0%a6%bf%e0%a6%9b%e0%a7%81-%e0%a6%95%e0%a6%a5%e0%a6%be/
To read more visit the website ~~
Click here to claim your Sponsored Listing.
Category
Contact the business
Address
Jorhat