MENAM PEGU
16/09/2022
. আজি জ'নাই বালিকা মহাবিদ্যালয় ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সুকলমে অনুষ্ঠিত হয়।
এই সাধাৰণ নিৰ্বাচনত মাদৱী পেগু সভাপতি, ____ উপসভাপতি, পাপৰি মেদক সাধাৰণ সম্পাদীকা , জোনাক উপাদ্যা সহ: সম্পাদিকা, ক্ৰীড়া সম্পাদিকা হিচাপে দেবিলতা পেগু ,তৰ্ক বিভাগৰ সম্পাদীকা হিচাপে ____ , আলোচনী সাহিত্য বিভাগৰ সম্পাদীকা হিচাপে দীপা গোৱালা, সাংস্কৃতিক বিভাগৰ সম্পাদীকা হিচাপে মলয়া দে ,সমাজ সেৱা বিভাগত ____ , ছাত্ৰী জীৰণি কোঠা বিভাগৰ সম্পাদিকা হিচাপে মেনাম পেগু য়ে জয়লাভ কৰে।
অভিনন্দন 🎉
Want your business to be the top-listed Beauty Salon in Jonai?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Website
Address
Jonai
787060