Mohan Boro

Mohan Boro

Share

Photos from Mohan Boro 's post 21/07/2024

হাজো-শুৱালকুছি বিধান সভা সমষ্টিৰ দদৰা পঞ্চায়ত অন্তৰ্গত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাসে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সন্মানীয় সভাপতি হিচাপে দায়িত্ব লাভ কৰাত নথৈ আনন্দিত হৈছো ।এই শুভ ক্ষণত ৰাকেশ দাসলৈ আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলো ।
Rakesh Das

Photos from Mohan Boro 's post 22/04/2023

ইং ২১/০৪/২০২৩ তাৰিখে ৫৩ তম্ ৰঙিয়া ভাতকুছি ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধক হিচাপে অংশগ্রহণ কৰো।

Photos from Mohan Boro 's post 27/03/2023

আজি ইংৰাজী ২৭-০৩-২০২৩ ইং তাৰিখ সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ, অনুসূচীত জনজাতি মৰ্চা দক্ষিণ শালমাৰা মান কাচৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভাত উপস্থিত থাকো।

উক্ত কাৰ্য্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে দক্ষিণ শালমাৰা মান কাচৰ জিলাৰ অনুসূচীত জনজাতি মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰীযুত নিতিশ কুমাৰ হাজং ডাঙৰীয়াই।

উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি সন্মানীয় শ্ৰীযুত শিৱনাথ ব্ৰহ্ম ডাঙৰীয়া, উপ- সভানেত্রী সন্মানীয় শ্ৰীযুতা ৰাশি শইকীয়া কছাৰী বাইদেউ, সম্পাদক সন্মানীয় শ্ৰীযুত মুকুট পাম ৰাভা ডাঙৰীয়া, সামাজিক মাধ্যম বিভাগৰ সন্মানীয় শ্ৰীযুতা সুৰস্মৃতি হাজং বাইদেউ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা অধ্যক্ষ দক্ষিণ শালমাৰা জিলাৰ, ""মান কাচৰ"" মহকুমাৰ সন্মানীয় শ্ৰীযুত তাৰেশ চন্দ্র হাজং ডাঙৰীয়া আৰু লগতে জিলা বিষয়ববীয়া সকল,কাৰ্যনিৰ্বাহক সদস্য সকল আৰু সন্মানীয় মণ্ডলৰ সভাপতি সকল আৰু কাৰ্যকৰ্তা সকল।

"ভাৰত মাতা কী জয়"
" বিজেপি জিন্দাবাদ "
"অনুসূচীত জনজাতি মৰ্চা জিন্দাবাদ"

Want your public figure to be the top-listed Public Figure in Hajo?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Hajo, Kamrup
Hajo
781104