Ontorongo

Ontorongo

Share

21/02/2025

এটা নতুন জীৱন ঘূৰাই পালে দীপাংকৰে ll সকলো সম্ভৱ হৈছিল একমাত্ৰ access ৰ জৰিয়তে ll

12/06/2023

সমগ্ৰ বাধাক নেওচি হতাশাক আশ্ৰয় নিদি আপুনিও আগুৱাই যাব পাৰে কেৱল সাহসক মূল অস্ত্ৰ হিছাপে লৈ তেনেে এক উদাহৰণ আজি অন্তৰঙ্গ বিশেষত



Junmoni Boro
Mrs North East Kaziranga 2021 , Mrs India International chattisgarh 2022, Mrs South East Asia 2022
Fashion Choreographer,
Anchor,
Founder of Diamond creation

Daimond creation ৰ ফালৰ পৰা জাতীয় সাজপাৰ প্ৰতিযোগিতা আৰু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিব ওলাইছো অহা ৭/৭/২০২৩ গুৱাহাটী শিল্প গ্ৰাম প্ৰেক্ষাগৃহত। ইচ্ছুক প্ৰতিযোগি সকলে সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক এই নম্বৰত 8453559065
গতিকে পলম নকৰি সোনকালেই যোগাযোগ কৰক..... ধন্যবাদ.....🙏

06/06/2023

হেলমেট, ঘড়ীৰ শব্দত জুবিন গাৰ্গৰ গীতটি শুনিলেনে বাৰু কেনেকৈ সম্ভৱ? আৰু কোনে এই কাম কৰিলে চাওঁকচোন ll

এনে ধৰণৰ প্ৰতিভা সমূহ ৰাইজৰ সন্মুখত উপস্থাপন কৰাৰ মূল লক্ষ্য অন্তৰঙ্গৰ
us official page Ontorongo

10/03/2023

চেলিব্ৰেটি সকলৰ হে সপোন আছে নেকি? টকা নথকাৰ বাবেই প্ৰতিভাশালী মানুহবোৰ পিছুৱাই যাব নেকি?সকলো প্ৰশ্নৰ উত্তৰ পাব এই অন্তৰঙ্গ অনুষ্ঠানৰ জৰিয়তে।।

অতি শ্ৰীঘ্ৰে আহি আছে নৱপ্ৰজন্মৰ দুই যুৱকৰ প্ৰচেষ্টাত এতি সুন্দৰ গীত "মণিকংকনা"


নৱপ্ৰজন্মৰ প্ৰতিভা সমুহ বিকাশ কৰাত অন্তৰঙ্গ অনুষ্ঠান সদায় অটল থাকিব আপোনাৰ ওচৰত মাথো বিশ্বাস ৰাখক । অন্তৰঙ্গ অনুষ্ঠানলৈ আহিব বিচাৰিলে যোগাযোগ কৰিব পাৰিব এই নম্বৰত ৭৬৩৭৯৬৪৮৬২,৯৬৭৮৪৩২৫২৯

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Category

Website

Address


Guwahati