Bitupon Doley
23/05/2026
Bharatiya Janata Party (BJP) ৰ শ্ৰদ্ধেয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত Nitin Nabin ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনাৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বৰ ফলশ্ৰুতিতেই আমাৰ দলে আজি এক অভিনৱ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। অনাগত দিনবোৰতো যাতে আপুনি নিৰৱচ্ছিন্নভাৱে ৰাইজৰ সেৱা কৰি যাব পাৰে, তাৰ বাবে মা কামাখ্যাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ভগৱানে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক।
Heartfelt birthday wishes to the Honorable National President of the Bharatiya Janata Party (BJP), Shri Nitin Nabin ji . It is a result of your strong and visionary leadership that our party has been able to reach new heights today. I pray at the feet of Maa Kamakhya that you may continue to serve the people continuously in the days to come. May God bless you with good health and a long life.
21/05/2026
অসম বিধানসভাৰ মাননীয় অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰদ্ধেয় ৰঞ্জিত কুমাৰ দাস ( Ranjeet Kumar Dass ) ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আপোনাৰ সুদক্ষ নেতৃত্ব আৰু সুদীৰ্ঘ অভিজ্ঞতাৰ জৰিয়তে বিধানসভাৰ গৰিমা তথা গণতান্ত্ৰিক মূল্যবোধে এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা ৰাখিলোঁ ।
16th ASSAM LEGISLATIVE ASSEMBLY FIRST SESSION, 21st May, 2026
20/05/2026
অসমী আইৰ বীৰ পুত্ৰ।।
ভগৱানে আৰু শক্তি দিয়ক।
Himanta Biswa Sarma
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Website
Address
Majuli
Guwahati