AMRIT Musical
গানবোৰ গাই থাকিলে মনবোৰ ভাল লাগে মোৰ❤️
ভাইৰেল হোৱাৰ আশাত নহয়🙏
ভৱিষ্যতে নিজেই চাব পাৰিম ।
সেইবাবে মোৰ এই নতুন গীতটো ফেচবুকতে ৰাখিলো❤️
মৃতকৰ আত্মাৰ সদগতি কামনা কৰি🙏🙏 ৩নং পূস্পৱনৰ প্ৰয়াত ৰ্সব্বেশ্বৰ বৰাৰ আদ্ধ্য শ্ৰাদ্ধ উপলক্ষ্যে 🙏❤️ আমাৰ দলতি❤️❤️
মনালিছাৰ এটি ধুনীয়া কবিতা, মৌচুম ঠেঙালৰ সংগীতেৰে , মই আবৃত্তি কৰা : ফাগুনৰ পছোৱা: ❤️
সকলোকে মৰমৰ ভোগালীৰ শুভেচ্ছা জনাই মোৰ এটি নতুন গীত আপোনালোকলৈ আগবঢ়ালো, সম্পূৰ্ণ গীতটো ইউটিউব লিংকটোত ক্লিক কৰি চাব দেই❤️❤️🙏🙏
https://youtu.be/CmhZiOIQQjU?si=6n3GXV2nyueH1h1M
05/12/2024
I've received 300 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
নাৰদ আৰু প্ৰহ্লাদৰ এটি অন্তৰ চুই যোৱা দৃশ্য 🙏🙏❤️❤️❤️
লক্ষীবাৰী শ্ৰীমন্ত শংকৰজ্যোতি কলামঞ্চৰ নিবেদন , গকুল বৰাৰ কথা -সুৰ আৰু মই কণ্ঠদান কৰা গীতটো আপোনাসৱলৈ আগবঢ়ালো🙏🙏🙏🙏🙏
Click here to claim your Sponsored Listing.
Category
Website
Address
Golaghat