Rodali Axom
21/03/2026
আই অসমীৰ বাবে কাম কৰিবলৈকে আহিছিলোঁ সেই তাহানিতে৷ গতিকে লক্ষ্যপ্ৰাপ্তিত আমাৰ সেৱা থমকি নৰয়৷ ৰাইজৰ সেৱাৰ বাবে বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত দুৰ্নীতিমুক্ত চাকৰিক লৈ সৃষ্টি হোৱা আশাৰ ছবিখন আমি কোনো কাৰণতে নাইকিয়া হৈ যাবলৈ নিদিওঁ৷
আমাৰ পৰৱৰ্তী লক্ষ্য--২ লাখ নিযুক্তি আৰু ইতিমধ্যেই আমি তাৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰি থৈছোঁ৷
Over the last 5 years, we have delivered on all our promises but
YE DIL MAANGE MORE.
Our target for the next 5 years is set- 2 lakh Govt jobs and we have already laid the groundwork.
Best wishes on Eid-ul-Fitr. May this day further brotherhood and kindness all around. May everyone be happy and healthy.
Eid Mubarak!
14/03/2026
Click here to claim your Sponsored Listing.
Category
Website
Address
Goalpara