Bhisma Rabha
30/05/2026
আজিৰ পৰা বিদায় ল'ব আমাৰ গেন্দাবাৰী গাওঁৰ স্কুলৰ পৰা। মাননীয় শ্ৰীযুত নচমুল ৰাভা দেৱ তেওঁৰ ঘৰ হাতীগাওঁত। মই সৰুৰে পৰা পাইছোঁ আজি মোৰ বয়ষ ৩৪ বছৰ হ'ল। আজি ইমানে মনতো বেয়া লাগিছে যে আজি তেওঁ আমাৰ গাওঁৰ স্কুলৰ পৰা বিদায় ল'ব।
আশা কৰোঁ আপোনাৰ আহিথকা দিনবোৰ অতি সুন্দৰ হওঁক🙏।
Want your public figure to be the top-listed Public Figure in Goalpara?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Website
Address
Goalpara