NE VIEW
"সত্যৰ পক্ষত নিৰ্ভীক যাত্ৰা"
অসমৰ বিভিন্ন প্ৰান্তৰ দৈনিক বাতৰিৰ বাবে যোগাযোগ কৰক@6002437735 আৰু সত্য বা-বাতৰি চাবৰ বাবে, আজিয়েই Subscribe কৰক " এন ই ভিও" - NE VIEW.
নাজিৰাৰ গেলেকী নআলিত পথ দূ*ৰ্ঘ*ট*না
চাহ শ্ৰমিক কঢ়িয়াই অনা এখন বাহন দূ*ৰ্ঘ*ট*না
হাতীপটিৰ পৰা আঠখেল অভিমুখে শ্ৰমিক কঢ়িয়াই লৈ যাওতে হয় এই পথ দু*ৰ্ঘ*ট*নাটো
তীব্ৰ গতিত নিয়ন্ত্ৰণ হেৰুৱাই দূ*ৰ্ঘ*ট*নাগ্ৰস্ত বাহনখনৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰে চাহ শ্ৰমিক সকলক
"
"
"
🟥কলিয়াবৰত বিশিষ্ট কবি প্ৰনৱ কুমাৰ বৰ্মনৰ ৪৭ সংখ্যক জন্ম দিন উদযাপন
🟥অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই শতাধিক সাহিত্যনুৰাগীৰ উপস্থিতিত কবিগৰাকীৰ জন্মদিন উদযাপন কৰা হয়
"
"
🟥পেট্ৰ'ল ডিপোত ভিক্টৰ দাস আৰু এগৰাকী ব্যক্তিৰ মাজত প্ৰচণ্ড তৰ্কা তৰ্কি
🟥গু*লী*য়াই দিয়াৰ ভাবুকি ব্যক্তি গৰাকীক
"
"
#
🟥YASHODA HOSPITALৰ স্নায়ু বিশেষজ্ঞ ডাঃ মনোজ চন্দ্ৰ আহি আছে যোৰহাটলৈ
🟥অহা ০১ জুন ত Cyrstal Diagnostic Center LLP,RB Road Tarajan , Bhatemora Gaonত উপস্থিত থাকিব ডাঃ মনোজ চন্দ্ৰ
🟥যোগাযোগ নম্বৰ 8065906140
"
"
পকেটত মাদক দ্ৰব্য লৈ প্ৰৱেশ কৰি মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টিক অপমান এজন যুৱকৰ
"
"
"
28/05/2026
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
3rd Floor, Kabita Mansion. Rajgarh Link Road
Gauhati
781003