All Assam Engineering Student Union
14/04/2023
দীঘলতি দীঘল পাত মাখি মাৰো জাক-জাক। লাও খা, বেঙেনা-খা, বছৰে বছৰে বাঢ়ি যা! মাৰে সৰু, বাপেৰ সৰু তই হবি বৰ গৰু, পবিত্ৰ গৰু বিহু আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। এই ৰঙালীৰ ৰঙেৰে যাতে সকলোৰে জীৱন ৰঙীন হৈ পৰে। হৃদয়পূর্ণ বিহু-ওলগ, শুভেচ্ছা, আশীর্বাদ ভাগে ভাগে সকলোলৈকে জনাইছো ।🙏🏻
ছাত্র শক্তি জিন্দাবাদ ✊🇮🇳
আগন্তুক আহিবলগীয়া দিনৰ সমস্যা সমূহ অতি দৃঢ়তা আৰু শক্তিৰে দমন কৰিব পাৰে যেন ।
College Committees of AAESU will be formed in few weeks.
Intrested Students can contact as soon as Possible.
With Regards
Admin , AAESU
Click here to claim your Sponsored Listing.
Category
Contact the school
Website
Address
Guwahati Assam
Gauhati
781013