ASSAM PLUS
Himanta Biswa Sarma এ Rajnath Singh ক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পিছত অসমত ডিফেঞ্চ ইণ্ডাষ্ট্ৰি (ৰক্ষা উদ্যোগ) গঢ়ি তোলাৰ বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমক ভাৰতৰ তৃতীয় Defence Corridor হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা আগবাঢ়ি আছে। তেওঁৰ মতে, অসমৰ ভৌগোলিক আৰু কৌশলগত সুবিধা ব্যৱহাৰ কৰি ৰাজ্যখনক ডিফেঞ্চ মেনুফেকচাৰিং হাব (Defence Manufacturing Hub) হিচাপে বিকশিত কৰিব পাৰি।
29/05/2026
জুন মাহত ৰেচন কাৰ্ডৰ গৰাকীয়ে নাপাব দাইল, চেনী আৰু নিমখ
পূৰ্বে নিৰ্ধাৰিত অনুসৰি গ্ৰাহকে লাভ কৰিব চাউল
পূৰ্বৰ বাজেট অনুসৰি মে' মাহলৈ অনুদান আছিল চৰকাৰৰ
নতুন বাজেট দাখিল নকৰা পৰ্যন্ত চেনী, দাইল, নিমখ নাপাব গ্রাহকে |
অসম বিধানসভাৰ সদনত বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ মাজত বিভিন্ন ৰাজনৈতিক আৰু জনস্বাৰ্থমূলক বিষয়ক লৈ বহু সময়তে তীব্ৰ বাক-বিতণ্ডা হোৱা দেখা যায়। বিশেষকৈ চৰকাৰৰ নীতি, দুৰ্নীতিৰ অভিযোগ, কৃষক সমস্যা, মূল্যবৃদ্ধি আৰু আইন-শৃংখলা বিষয়ক আলোচনাৰ সময়ত দুয়োপক্ষৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
23/05/2026
অসমত পুনৰ এক বৃহৎ দুর্নীতি কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।
ACS বিষয়া লাচিত কুমাৰ দাসৰ আন এটা ঘৰত উদ্ধাৰ হৈছে নগদ ১ কোটি ১৮ লাখ ৩০ হাজাৰ টকা।
ইতিপূৰ্বে উদ্ধাৰ হোৱা ধনসহ মুঠ উদ্ধাৰ হোৱা টকাৰ পৰিমাণ দাঁড়াইছে ১ কোটি ৬৬ লাখ ৬৮ হাজাৰ ১৫০ টকা।”
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Guwahati.
Duliajan
786191