EduPoint Assam
বন্দু বান্ধৱী সকল আজি আমাৰ EduPoint Assam ৰ 10th standard ৰ Science ৰ Chemistry ৰ প্ৰথম chapter Upload কৰা হব ।।
আপোনালোকৰ সহায় কামনা কৰিলোঁ ।।
ইতি
আপোনাকৰ মৰমৰ
ঋতুপ্ৰতিম
বন্ধু বান্ধধাৱী সকল, মোৰ এই page ত অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ক্লাছ 12 ৰ physics ৰ ক্লাছ আৰম্ভ কৰিম।
কোনোবা যদি 12 ক্লাছ হয় তেন্তে page টোত চাব পাৰিব। আমি অতি সহজ কৈ আৰু সঠিক উদাহৰণ সহ লগতে প্ৰশ্নকাকত সমূহ আলোচনা কৰিম।
ধন্যবাদ
ঋতুপ্ৰতিম মুদৈ
নমস্কাৰ বন্ধু-বান্ধৱী সকল,
প্ৰথমে এই ফেচবুক পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱী সকল আমি আপোনালোকলৈ লৈ আহিছোঁ এখন virtual মঞ্চ। যত আপোনালোকে ক্লাছ- 5 ৰ পৰা ক্লাছ- 12 লৈ গণিত, বিজ্ঞান,(পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান) ৰ সমস্যাৰ সমাধান, সৰু -সৰু tips, প্ৰশ্ন কাকত আৰু বহু কিছু । তাৰ উপৰিও নিৰ্দিষ্ট topics ৰ ওপৰত videos.
Click here to claim your Sponsored Listing.
Category
Website
Address
Dispur
781019