Dipankar Nath
13/12/2025
“हम रहेंगे खुश तेरे बिना भी।”
ये लिखने के लिए कलम उठाई,
रुक न पाए आखों में दबे आंसू,
और कम्बख़त कलम से पहले चल पड़े।
25/07/2024
ল'ৰা বােৰক কৈছোঁ দে,
প্রেমত Breakup হােৱাৰ পিছত
মদৰ বটলত হাত নহয় কমত হাত দিবা,
মাদাহী হ'লে তাই এদিন হাঁহিব
কিন্তু কাম কৰি উন্নতি হ'লে তাই এদিন কান্দিব।
23/07/2024
কোনো দিন কাৰো বেয়া হোৱাটো বিচৰা নাই।
কিন্তু নাজানো কিয় ভগৱানে দুখ দিবলৈ আকৌ মোকহে বিচাৰি পাই।
Want your business to be the top-listed Media Company in Dhubri?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Dhubri