ABVP Ratiadaha

ABVP Ratiadaha

Share

Photos from ABVP Assam's post 29/04/2023
23/04/2023

সকলোলৈ "অক্ষয় তৃতীয়া"ৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
এই পৰ্বই সকলোৰে জীৱনত কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা।

22/04/2023

ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ শাস্ত্ৰ আৰু শাস্ত্ৰবিদ ভগৱান শ্ৰী পৰশুৰামৰ জন্ম জয়ন্তীৰ সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

শক্তিৰ কাৰক আৰু সত্যৰ বাহক ভগৱান পৰশুৰাম জীৰ আদৰ্শই আমাক যুগ যুগ ধৰি অনুপ্ৰাণিত কৰি থাকিব।

Want your business to be the top-listed Photography Service in Dhubri?
Click here to claim your Sponsored Listing.

Category

Website

Address


Boro Bazar
Dhubri
783301