Jagaran
15/12/2022
দৰং জিলা জাগৰণ মঞ্চৰ সাধাৰণ সম্পাদক (যুটীয়া) ইক্ৰামূল হক যোৱাৰাতি দুৰ্ঘটনাত পতিত হৈ বৰ্তমান GNRC ত চিকিৎসাধীন। মূৰত প্ৰচণ্ড আঘাত পোৱা হেতুকে অৱস্থা খুবেই সংকটজনক অৱস্থাত ICU ত ৰখা হৈছে। তেখেতৰ আশু আৰোগ্য কামণা কৰিলোঁ।
দলগাওঁ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াৰ সহধৰ্মিনীৰ আকস্মিক মৃত্যুত আমি জাগৰণ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। মহান সৃষ্টিকৰ্তাই তেখেতৰ পূণ্যাত্মাৰ চিৰশান্তিৰ বাবে জান্নাত নচিব কৰক।
আমিন🤲
। শৈক্ষিক জাগৰণ মঞ্চ।
15/09/2021
চাকৰি জীৱনৰ শেষ সময়চোৱাত বৰুৱাঝাৰ হাইস্কুল তথা বৃহত্তৰ অঞ্চলটোৰ বাবে আন এক বৃহৎ উপহাৰ আগবঢ়ালে আপুনি। হাইস্কুল খনক হায়াৰ চেকেণ্ডেৰীলৈ উন্নীত কৰাত আপোনাৰ কষ্ট, ত্যাগক আমি নাপাহৰো। অভিনন্দন । আপুনি সফল হৈছে।
02/09/2021
CMO ASSAM
Himanta Biswa Sarma
Ranuj Pegu
Click here to claim your Sponsored Listing.
Category
Contact the school
Telephone
Address
Darrang
784115