AssamTime 6

AssamTime 6

Share

02/06/2026

ৰহিম ৰাজ ৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ আহিল হেজাৰ হেজাৰ দর্শক
📌মাণিকপুৰৰ মৌখোৱা চানেকি সংঘৰ উদ্যোগত আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ ৰহিম ৰাজে ।

02/06/2026

আছু কৰ্মী মাধুৰ্য্য ৰ মৃ*ত্যুত আবেগিক হৈ পৰিল কণ্ঠশিল্পী ৰহিম ৰাজ ।
📌এনেকুৱা হব নালাগে ।জীৱন লোৱাৰ অধিকাৰ কাৰো নাই ।
📌মাণিকপুৰৰ মৌখোৱা চানেকি সংঘৰ উদ্যোগত আয়োজিত সাংস্কৃতিক সন্ধিয়াত কি কলে ৰহিম ৰাজে ।

28/05/2026

একেখন বাইক ,স্থান ও একেই ।আজি আকৌ পথ দুৰ্ঘ*টনা ।২৩ মাৰ্চ ৰ পিছত আজি আকৌ ঘটিল অঘটন ।কিন্তু কিয় ??ভাবিলেই আচৰিত লাগে ??দুয়োটা নিউজ ৰ লিংক ত ক্লিক কৰি চাওঁক সম্পূৰ্ণ প্ৰতিবেদন ।



https://www.facebook.com/share/v/1EdU4KcsH4/

28/05/2026

অদলাগুৰী কলিতাপাৰা ত আজি আকৌ ভয়ং*কৰ পথ দুৰ্ঘ*টনা |এজনৰ অৱস্থা অতিকৈ সংকট*জনক |

https://www.facebook.com/share/v/1EdU4KcsH4/ যোৱা ২৩ মাৰ্চ ২০২৬ ইং তাৰিখত একেখন বাইক একে ঠাইডোখৰত দুৰ্ঘ*টনা সংঘটিত হৈছিল ।

27/05/2026

O jilapi ,O Papori |Assamese official song|

ও জিলাপী -ও পাপৰী ।O Jilapi -O Papori ||Assamese Song||

(Credits):
​কণ্ঠ (Vocals): ৰুবুল ৰাজ আৰু কুলুমনি ৰাজবংশী
​কথা আৰু সুৰ (Lyrics & Composition): ৰুবুল ৰাজ
​অভিনয়ত (Cast): হেমন্ত মেধী আৰু কাকলি শৰ্মা
​ভিডিওগ্ৰাফী আৰু সম্পাদনা (Cinematography & Editing): ৰাজীৱ কলিতা
​মেকাপ (Makeup): বৰষা
​ৰেকৰ্ডিং ষ্টুডিঅ’ (Studio): ষ্টুডিঅ’ অক্টেভ, সৰভোগ
​মিক্সিং (Mixing): সুৰজিত
# # #
DIRECTION :HEMANTA MEDHI
Produced By :Kareng YouTube /Rubul Raj
Cast :Hemanta Medhi & Kakoli Sarma
Cinematography :Rajiv Kalita
Editing :Rajiv Kalita
Make-up:Barasha
Lyrics & Tune :Rubul Raz
Singer :Rubul Raz & Kulumoni Rajbongshi
Mix & Mastering :Surajit
Recording Studio :Studio Octave

17/05/2026

♦️"আকাশ গোষ্টী "ৰ উদ্যোগত অভিনেতা ,নাট্যকাৰ -পৰিচালক ,নাট্যকৰ্মী কুলেন্দ্ৰ ৰায় চৌধুৰী লৈ একাজলি শ্ৰদ্ধাঞ্জলিৰে এক বিশেষ অনুষ্ঠান ।
♦️উপস্থিত থাকে মা লক্ষ্মী মিনি থিয়েটাৰৰ মুখ্য অভিনেতা ৰশ্মি ৰঞ্জন নাথ ৰ উপৰিও আন বহুতো বিশেষ ব্যক্তি ।
♦️বঙাইগাঁও জিলাৰ মাণিকপুৰৰ এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ নামেই হ'ল "আকাশ গোষ্টী "
📌চাওঁক এক বিশেষ প্ৰতিবেদন ।

10/05/2026

জুবলী বৰুৱা আবেগিক হৈ পৰিল মাণিকপুৰত ।
♦️মাণিকপুৰত হেজাৰ হেজাৰ দৰ্শকে গালে মায়াবিনী ৰাতিৰ বুকুত ।জয় জুবিন দা ধ্বনী দিলে অনুৰাগীয়ে
♦️মাণিকপুৰত সম্পূৰ্ণ শান্তি শৃঙ্খলা বজাই ৰাখি সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলে মাণিকপুৰবাসী য়ে ।

09/05/2026

জুবলী বৰুৱা ৰ সাংস্কৃতিক অনুষ্ঠান লাইভ মাণিকপুৰৰ পৰা ।

Want your business to be the top-listed Media Company in Bongaigaon?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Bongaigaon