Hriday Kumar Ray

Hriday Kumar Ray

Share

13/10/2025

✓এয়া হৈছে Tribal Affairs, NCST, RGI ৰ ৰিপ'ৰ্ট।
৬ নং ত স্পষ্টকৈ লিখা আছে যে কোচ ৰাজবংশীকে আদি কৰি ৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ সকলো বৈশিষ্ট্য আছে আৰু এই প্ৰতিবেদনখনতেই কোচ ৰাজবংশীকে আদি কৰি ৫ জনগোষ্ঠীৰ জনজাতিকৰণক সমৰ্থন কৰাৰ লগতে অসমৰ জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে বুলি Tribal Affairs,NCST,RGI য়ে উল্লেখ কৰে ।
✓ইমানখিনি তথ্য দিয়াৰ পিছতো বৰ্তমানৰ কোনো জনজাতীয় লোকে বা নেতাই যদি আমাক তুচ্চ-তাচ্ছিল্য কৰি, ঠাট্টা কৰি কয় আন্দোলন কৰি জনজাতিকৰণৰ মৰ্যাদা নাপায় বুলি তেন্তে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ অতি নগণ্য, সংবিধানক তেওঁ/ তেওঁলোকে নামানে আৰু চৰকাৰী বিভাগৰ নিৰ্দেশৰ বিপৰীতে তেওঁ/তেওঁলোকে মনেসজা কথাৰে ৰাইজক বিভ্ৰান্ত কৰিবলৈহে চেষ্টা কৰে।
✓ কোচ ৰাজবংশী সকল জন্মগতভাৱে জনজাতি ।
✓ কোনোবাই আন্দোলন কৰি ভাবুকি প্ৰদানেৰে আমাৰ জনজাতিকৰণৰ বিৰোধিতা কৰিলেই আমি অজনজাতি হৈ নাযাওঁ । আমি ট্ৰাইবেলেই আৰু আমাক এই মৰ্যাদা প্ৰদান কৰিবই লাগিব ।
Koch Rajbongshi National Students' Union- ক্ৰানছু
Koch Hriday Kumar Ray
Chilarai Development Forum

Want your public figure to be the top-listed Public Figure in Bongaigaon?
Click here to claim your Sponsored Listing.

Category

Website

Address


Bongaigaon