CSC_Merkuchi

CSC_Merkuchi

Share

20/12/2025

https://www.facebook.com/share/p/1Gy97ncLcd/

আমাৰ শিল্পী সমাজৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ৷ আমি সততে দেখোঁ— আমাৰ শিল্পীসকলৰ বহুতে যেতিয়া শাৰীৰিক অসুস্থতাত ভোগে, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত তেখেতসকল আৰ্থিক সমস্যাৰ সন্মুখীন হয়৷ এই বিষয়টোৰ গভীৰতাক উপলব্ধি কৰি অলপতে আমি শিল্পী স্বাস্থ্য বীমা আঁচনি ৰূপায়ণৰ বাবে এক বিশেষ অনলাইন প'ৰ্টেল মুকলি কৰিছোঁ৷ আমাৰ লক্ষ্য অসমৰ শিল্পীসকলক সামাজিক সুৰক্ষা আৰু চিকিৎসা সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যলৈ তেখেতসকলৰ অমূল্য অৱদানক স্বীকৃতি জনোৱা৷

শ্ৰদ্ধাৰ শিল্পীসকলে এই প'ৰ্টেলৰ জৰিয়তে আৱেদন কৰিব পাৰে৷ অধিক জানিবলৈ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ কাৰ্যালয়ৰ সৈতে যোগাযোগো কৰিব পাৰে৷

আবেদন কৰক : https://arhi.cloud/
www.filmfinance.assam.gov.in

IBPS RRB Recruitment 2023 – 8594 Officer & Office Assistant Posts 02/06/2023

IBPS RRB Recruitment 2023 – 8594 Officer & Office Assistant Posts:

IBPS RRB Recruitment 2023 – 8594 Officer & Office Assistant Posts Institute of Banking Personnel Selection (IBPS) RRB Recruitment for 8594 Officer Scale I, II, III & Office Assistant vacancy of IBPS CRP RRB XII .

Photos from CSC_Merkuchi's post 24/10/2022

He was like I got 10 k lets buy a bike, I said ok, lets do this...
*3rd Zip ride*

05/08/2022

Our first 4 wheeler loan sanctioned and delivered !

Want your organization to be the top-listed Government Service in Barama?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Merkuchi
Barama

Opening Hours

Monday 10am - 8pm
Tuesday 10am - 8pm
Wednesday 10am - 8pm
Thursday 10am - 8pm
Friday 10am - 8pm
Saturday 10am - 8pm
Sunday 4pm - 8pm