nayan
“জীৱনটো এক যাত্ৰা, আৰু মই সেই যাত্ৰাৰ পথিক। সপোনৰ পিচত দৌৰোঁ আৰু নতুন আশা লৈ প্ৰতিদিনে আৰম্ভ কৰোঁ। সদয়তা আৰু মৰমত বিশ্বাস ৰাখোঁ, কাৰণ মানুহৰ সৌন্দর্য হ'ল হৃদয়ৰ ভলপোৱা। দুখত ধৈৰ্য, সুখত কৃতজ্ঞতা—এইখিনিতেই জীৱনৰ আসল অৰ্থ লুকাই আছে।”
🫶