Sahi Information

Sahi Information

Share

A.TET, C.TET, ASSAM POLICE, ADRE ,ALL COMPETITIVE EXAM ৰ সহায়ক হোৱাকৈ PREVIOUS YEAR QUESTION PAPER SOLVE কৰা হয়। আৰু সকলো ধৰনৰ চাকৰিৰ খবৰ লগতে EDUCATION DEPARTMENT ৰ INFORMATION বোৰ পাবলৈ FOLLOW কৰিব। ধন্যবাদ

।। জয় আই অসম।।

Photos from Sahi Information's post 26/06/2026

📚 Assam Police Constable Previous Year Paper (2020 Set-1, Series-B)
সফলতাৰ পথত আগবাঢ়িবলৈ Previous Year Paper অনুশীলনৰ কোনো বিকল্প নাই।

23/06/2026

transfer Apply last date 30 jun.

22/06/2026

📚⚖️ দৰিদ্ৰতাক জয় কৰি দৃঢ় সংকল্প আৰু অধ্যৱসায়েৰে সফলতাৰ শিখৰত আৰোহণ কৰা নাদিয়া ফাতিমাৰ এই যাত্ৰা সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। 🌸
✨ সপোন ডাঙৰ হওক, পৰিশ্ৰম সৎ হওক — সফলতা এদিন নিশ্চয় আহিব।
#নাদিয়া_ফাতিমা #প্ৰেৰণা 🌿💐

Telephone

Website