Radio Rodali

Radio Rodali

Share

Megh Desh 09/01/2026

অসমীয়া আধুনিক আৰু সমসাময়িক সংগীত জগতলৈ এক নতুন মাত্ৰা যোগ কৰি শেহতীয়াকৈ মুক্তি লাভ কৰে এক ব্যতিক্ৰমী গীত ‘মেঘ দেশ’। বিশিষ্ট শিল্পী সমুদ্ৰ কাজল শইকীয়া কথা আৰু সুৰেৰে সজোৱা এই গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় তথা অনন্য কণ্ঠৰ অধিকাৰী শিল্পী #অনিন্দিতা পাল -এ।
উল্লেখ্য যে নাট্যপৰিৱেশন বা বিভিন্ন পাৰিৱেশিক প্ৰয়োজনত সৃষ্টি হোৱা বহুতো গীত সচৰাচৰ জনচক্ষুৰ অলক্ষিতে থাকি যায়। সমুদ্ৰ কাজল শইকীয়াৰ উদ্যোগত পূৰ্বে এনেধৰণৰ গীতসমূহ #কাণখোৱা নামেৰে শ্ৰোতাই আদৰি লৈছিল। সেই ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰ #পৃথিৱীৰগান শীৰ্ষক এটা নতুন এলবামৰ পৰিকল্পনা কৰা হৈছে, প্ৰথমটো গান হৈছে এই #মেঘদেশ। ব্যক্তি, সমাজ, প্ৰেম আৰু প্ৰকৃতিৰ এক অনন্য মিশ্ৰণ এই গীতটোত ফুটি উঠিছে।
আশা কৰোঁ গীতটোৱে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰাৰ লগতে শ্ৰোতাৰ মন জয় কৰিব।



গীতটিৰ লিংক :

Megh Desh Song Title: Megh Deshগীতৰ শিৰোনাম: মেঘ দেশAlbum: Prithivir Gaanএলবাম: পৃথিৱীৰ গানLyrics and Composition: Samudra Kajal Saikiaগীত আৰু সুৰ: সমুদ্ৰ কাজল শইকীয়া...

15/10/2025

আমি জুবিন যুগৰ মানুহ
ন্যায় বিচৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ।।

07/04/2022

নাহৰো ফুলিছে পলাশ ও ফুলিছে
ফুলিছে মাধৱী তগৰ
পিৰিতিৰ বান্ধেৰে কিদৰে বান্ধিলা
ই যে চেনেহৰ বতৰ
এটি ভাল লগা বিহুসুৰীয়া আধুনিক গীত ❤️
শুভমুক্তি ২০২২

👉 https://youtu.be/uXmgdwHLx1s
On YouTube

কথা / সুৰ / কণ্ঠ : বিজয় বিশ্বাস
সংগীত : কুনাল চক্ৰৱৰ্তী
ষ্টুডিঅ : ৰিজনেঞ্চ, কলকাতা

Want your business to be the top-listed Advertising & Marketing Company in Sibsagar?
Click here to claim your Sponsored Listing.

Telephone

Address

Sibsagar
785692