Next Exam Study Group
25/10/2021
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অৰ্থাৎ ১৯৪৫ চনৰ পৰা প্ৰতি বছৰে ২৪ অক্টোবৰৰ দিনটো 'ৰাষ্ট্ৰসংঘ দিৱস' হিচাবে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু প্ৰাপ্তিৰ বিষয়ে জনসমাজক অৱগত কৰোৱাই হৈছে এই দিৱসৰ অন্যতম উদ্দেশ্য । আজি ৰাষ্ট্ৰসংঘ দিৱসত বিশ্বশান্তি কামনা কৰিছোঁ ৷
উল্লেখ্য যে, ছানফ্ৰান্সিস্কোৰ সন্মিলনত মুঠ ৫১ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰি এই সংস্থাক জন্ম দিয়ে। এই সংস্থাই আন্তৰ্জাতিক আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে অহৰহ কৰ্ম সম্পাদন কৰি আহিছে।
Want your school to be the top-listed School/college in Sibsagar?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Telephone
Website
Address
Sibsagar