DKBfact

DKBfact

Share

12/06/2026

ৰাজ্যত পুনৰ বন্ধ হ'ব সহস্ৰাধিক এল পি স্কুল। জিলা প্ৰাথমিক শিক্ষা বিষয়াসমূহলৈ শিক্ষা সঞ্চালকালয়ৰ জৰুৰী নিৰ্দেশনা। শিক্ষাৰ্থীৰ সংখ্যা ৩০ গৰাকীতকৈ কম থকা বিদ্যালয়ৰ হ'ব একত্ৰীকৰণ। ৰাজ্যত ইতিমধ্যে বন্ধ হৈছে দহ সহস্ৰাধিক বিদ্যালয়..

11/06/2026

আজৱ কাণ্ড
বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ, দিছপুৰৰ অতি মৰমৰ ৰমেশ চান্দ জৈনে তিনিটা শিতানৰ পৰা মাহে লয় তিনিটাকৈ দৰমহা। এনেকৈ মুঠ দৰমহা হয়গৈ তিনি লক্ষাধিক টকা।
(বাকী পৰীক্ষাৰ বিসংগতি গুলী মাৰ)

Want your public figure to be the top-listed Public Figure in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Address

Guwahati