NETV Assam

NETV Assam

Share

26/05/2026

অৱশেষত ঘোষণা হ'ল কংগ্ৰেছ বিধায়িনী দলৰ দলপতি৷
ৱাজেদ চৌধুৰীক দলপতি, ডাঃ জয় প্ৰকাশ দাসক উপ দলপতিৰ দায়িত্ব৷

26/05/2026

ধন দাবী কৰি পুনৰ আৰক্ষীৰ জালত তথাকথিত সংগঠনৰ নেতা।
Human Rights & Anti Corruption Foundation -ৰ সভাপতিক গ্ৰেপ্তাৰ।
দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সৌন্দৰ্য্য যোগী ওৰফে মৌচম বৰুৱাক।
গুৱাহাটীৰ Little Steps নামৰ এখন স্কুলক ২ লাখ টকা দাবী কৰিছিল সৌন্দৰ্য্য যোগীয়ে।

21/05/2026

বিৰোধী দলপতি হিচাপে নিৰ্বাচিত ৱাজেদ আলী চৌধুৰী

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Address

Guwahati
Guwahati