TULIP Tutorial

TULIP Tutorial

Share

21/09/2025

In loving memory of our beloved .
Artwork done by Our student
Kalash Jain (Class VIII)

20/09/2025

"কিয় এনেকৈ আঁতৰি গলা?"

সাগৰ তলিত শুৱৰে মন
তুমিয়েতো
গানত কৈছিলা!
সেইয়া মাথোন এটা গান আছিল
কিন্তু!
তুমি চোন সঁচাকৈয়ে শুই পৰিলা।

ভৱা নাছিলো এনে এক বাতৰি
আমাৰ মাজলৈ আহিব বুলি!
তোমাৰ অনুপস্থিতিত হৃদয়ে ইমান কান্দিছে
সান্ত্বনা দিম কি বুলি?

বিশ্বাস নহয় তুমি যে
আঁতৰি গলা আমাৰ মাজৰ পৰা,
পাৰা যদি এবাৰ জিলিকি তৰা হৈ
কাষৰতে উজ্বলি উঠা।

তোমাক আন একো দিব পৰা
নাই মোৰ ক্ষমতা,
মাথোন হৃদয়ে চিঞৰিছে
“জয় জুবিন দা!”

✍️অংকিতা দাস
(টিউলিপ্ টিউটোৰিয়েলৰ ছাত্ৰী)

Photos from TULIP Tutorial's post 04/02/2025

Saraswati Puja 2025 is celebrated in Tulip Tutorial, Hatigaon Guwahati on 03/02/2025

Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Website

Address

Hatigaon Road
Guwahati
781038