Ground Update

Ground Update

Share

17/06/2026

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম জয়ন্তী উপলক্ষ্যে জলেশ্বৰ বিধানসভা সমষ্টিৰ পানীখেতিৰ ছানফ্লাৱাৰ জাতীয় বিদ্যালয়ৰ পৰা শিঙিমাৰীৰ ইকৰা একাডেমীলৈ ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰভাত ফেৰী ।

15/06/2026

👇বৰপেটাৰ বাঘবৰত চাঞ্চল্যকৰ হত্যাকাণ্ড।

📌২ নং চাছৰা গাঁৱৰ ১০ বছৰীয়া শিশু মাৰিফা তামান্নাৰ মৃতদেহ মৰাপাট খেতিত উদ্ধাৰ।

📌বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ সময়ত নিৰুদ্দেশ হৈছিল শিশুটি।

📌ঘটনাস্থলীত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোক আৰু উত্তেজনাৰ সৃষ্টি হৈছে।

11/06/2026

📌বলদমাৰী চৰত আইনাল বজাৰত মৰেল পুলিচিং, তিনিজন গ্ৰেপ্তাৰ
📌গেছ চিলিণ্ডাৰ চুৰিৰ অভিযোগত আব্বাছ আলী (২৩) নামৰ এজন যুৱকক যোৱাকালি সন্ধিয়া স্থানীয় ৰাইজে গেছ চিলিণ্ডাৰসহ আটক কৰি আইনাল বজাৰত গছত বান্ধি মাৰপিট কৰে।

📌ঘটনাটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ঘটনাৰ তদন্ত চলাই মৰনৈ আৰক্ষীয়ে মৰেল পুলিচিংৰ অভিযোগত হানিফ আলী, ইশাৰ উদ্দিন আৰু আনোৱাৰ আলীক গ্ৰেপ্তাৰ কৰিছে।

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Address

Guwahati