Bongaigaon Insight

Bongaigaon Insight

Share

08/08/2024

08/08/2024

India has exported non-basmati white rice worth USD 122.7 million during April-May this fiscal and the government is closely monitoring its production, availability and export scenario to assess suitable policy intervention, Parliament was informed on Tuesday.

The exports stood at USD 852.53 million in 2023-24, USD 2.2 billion in 2022-23 and USD 2 billion in 2021-22, Minister of State for Commerce and Industry Jitin Prasada said in a written reply to the Lok Sabha.

He informed the export of non-basmati white rice is banned at present since July 20, 2023.

However, export is allowed on the basis of permission granted by the government of India to other countries to meet their food security needs and based on the request of their government.

04/08/2024

শিৱসাগৰ : শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষীয়ে দেওবাৰে নিশা এজন যুৱকৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰা ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰমতে জি জি এচ চাৰিআলিৰ পৰা আৰক্ষীয়ে পংকজ দাস নামৰ ৩২ বছৰীয়া যুৱকজনৰ পৰা .২২ পিষ্টল জব্দ কৰে ৷

এই পিষ্টলটো চাইনাত নিৰ্মিত বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ পৰা তিনিটা সজীৱ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

এই যুৱকজন অঞ্চলটোৰ কংকন দাসৰ পুত্ৰ ৷ জানিব পৰামতে এই যুৱকজন তিনিচুকীয়াত থাকে ৷

যোৱা কেইবাটাও দিনধৰি এই যুৱকজনে পিষ্টলটো লৈ অঞ্চলটোত বিচৰণ কৰি থকাৰ তথ্য জয়সাগৰৰ আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱাই লাভ কৰি আজি নিশা প্ৰায় ৯ বজাত অভিযান চলাই অস্ত্ৰধাৰী যুৱকজনক কৰায়ত্ব কৰে ৷

Source: www.asomiyapratidin.in

Want your business to be the top-listed Media Company in Bongaigaon?
Click here to claim your Sponsored Listing.

Website

Address


Bongaigaon
783380