BJYM Goalpara

BJYM Goalpara

Share

Photos from BJYM Goalpara's post 05/04/2026

গোৱালপাৰা পশ্চিম সমষ্টিত জনতাৰ বিশাল সমাৱেশ! আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত 'বিজয় সংকল্প সভা'ত প্ৰায় পোন্ধৰ সহস্ৰাধিক ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

ৰাইজৰ এই অভূতপূৰ্ব সঁহাৰি আৰু মৰমে প্ৰমাণ কৰিলে যে সমগ্ৰ অসমৰ লগতে গোৱালপাৰা পশ্চিমতো এইবাৰ বিজেপি মিত্ৰজোঁটৰ বিজয় নিশ্চিত। উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিবলৈ ৰাইজ সাজু।

📍১৩ নং গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি মালাধৰা।

BJP Assam Pradesh
BJYM
BJYM Assam
Himanta Biswa Sarma
Dilip Saikia
Tejasvi Surya
Rakesh Das
Pabitra Rabha
বিক্ৰমজিৎ বৰ্মন

Photos from BJYM Goalpara's post 04/04/2026

১৩ নং গোৱালপাৰা পশ্চিম (জনজাতি) সমষ্টিৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী শ্ৰী পৱিত্ৰ ৰাভা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি লক্ষীপুৰত এক বিশাল জনসমুদ্ৰৰ সৃষ্টি হয়। সাংসদ শ্ৰী Tejasvi Surya ডাঙৰীয়াৰ বলিষ্ঠ উপস্থিতি আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে পৰিৱৰ্তনৰ সংকল্পক অধিক দৃঢ় কৰি তুলিলে।
আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদৰ বাবে আমি চিৰকৃতজ্ঞ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত ৰোহিত চাহাল ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়া, ভাৰতীয় জনতা পার্টী গোৱালপাৰা জিলাৰ সভাপতি শ্ৰীযুত দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া, আৰু ভাৰতীয় জনতা পার্টী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ বহুত বিষয় ববীয়া সকল।

BJP Assam Pradesh
BJYM
BJYM Assam
Himanta Biswa Sarma
Dilip Saikia
Tejasvi Surya
Rakesh Das
Pabitra Rabha
বিক্ৰমজিৎ বৰ্মন

04/04/2026

গোৱালপাৰা জিলালৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তথা মাননীয় সাংসদ শ্ৰীযুত তেজস্বী সূৰ্য্য ডাঙৰীয়াক আদৰণি জনাইছোঁ।

BJYM Assam
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
Pabitra Rabha
বিক্ৰমজিৎ বৰ্মন

Want your organization to be the top-listed Non Profit Organization in Assam?
Click here to claim your Sponsored Listing.

Website

Address

Goalpara
Assam
783129